অর্থ : উভতি অহা কার্য ্বা ভাব
উদাহরণ :
আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
সমার্থক : উভতি অহা, ঘূৰি অহা, প্রত্যাৱর্তন, ফিৰি অহা
অর্থ : পুনৰাই অহা বা দ্বিতীয়বাৰ অহা কার্য
উদাহরণ :
অতিথিৰ পুনৰাগমনত গৃহস্থ হতবাক হʼল
সমার্থক : পুনৰাগমন, প্রত্যাৱর্তন