সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভালদৰে বুজিলৈ কোনো কথা কোৱা কার্য
উদাহরণ : আৱিষ্কাৰকৰ ব্যাখ্যা শুনি সকলো সন্তুষ্ট হʼল
সমার্থক : বাচ্য, ব্যাখ্যা
অর্থ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য
উদাহরণ : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে
সমার্থক : উপস্থাপন, নিৰূপণ, প্রমাণ কৰা
ইনস্টল