অর্থ : প্রতিনিধি হোৱাৰ ভাৱ
উদাহরণ :
তেওঁ নিজৰ প্রতিনিধিত্বৰ দায়িত্ব ভালদৰে পালন কৰে
অর্থ : প্রতিনিধি হোৱা অৱস্থা বা ভাব
উদাহরণ :
এই সন্মিলনত ভাগ লোৱা আমাৰ সংস্থাৰ প্রতিনিধিত্ব এজন বিদ্বান লোকে কৰি আছে
অর্থ : কাৰোবাৰ ফালৰ পৰা প্রতিনিধি বা এজেণ্ট হিচাপে কাম কৰা কার্য
উদাহরণ :
মই প্রতিনিধিত্ব কৰিব নোৱাৰো
সমার্থক : এজেঞ্চি