অর্থ : ধন, টকা-পইচা আদি ৰাখিব পৰা লোহাৰ সৰু আলমাৰী
উদাহরণ :
তেওঁ নিজৰ টকা-পইচা চন্দুকত ৰাখে
সমার্থক : চন্দুক
অর্থ : দুটা গধুৰ বস্তুৰ মাজত কোনো তৃতীয় বস্তু ভৰাই চেপিলে তাৰ পৰা ৰস ওলোৱা কার্য ্বা শালত চেপি ৰস বা গুটি উলিওৱা
উদাহরণ :
কুঁহিয়াৰৰ ৰস উলিয়াবৰ কাৰণে তাক পেৰা হয়