সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল
উদাহরণ : এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে
সমার্থক : পৃষ্ঠভূমি
অর্থ : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ
উদাহরণ : এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে
সমার্থক : পটভূমি, পৃষ্ঠভূমি
ইনস্টল