অর্থ : সংকেত বা অনুমানেৰে কোনো বিষয় সম্বন্ধে কোৱা কার্য
উদাহরণ :
অলপতে হোৱা প্রাকৃতিক ঘটনাৰ পূর্বানুমান কিছুমান বিশেষজ্ঞই আগতেই কৰিছিল
অর্থ : প্রথমৰ পৰাই কৰা হোৱা অনুমান
উদাহরণ :
এই বছৰ ভাল বৰষুণ হʼব বুলি পূর্বানুমান কৰা হৈছিল