অর্থ : কোনো ব্যক্তিৰ মৃত পিতৃ, মাতৃ, ককাক , আইতাক আদি পূর্বপুৰুষ
উদাহরণ :
পিতৃপক্ষত পূর্বপুৰুষক তর্পণ দিয়া হয়
সমার্থক : উপৰিপুৰুষ, পূর্বপুৰুষ
অর্থ : ককা, আজুককা আদি, যি পুৰণি হৈ গৈছে বা আগৰ
উদাহরণ :
ৰাম, কৃষ্ণ আদি আমাৰ পূর্বজ আছিল
সমার্থক : আদিপুৰুষ, পিতৃপুৰুষ, পূর্বপুৰুষ