অর্থ : যি সমভাৱে উন্নতি কৰি আগবাঢ়ি যায়
উদাহরণ :
অগ্রগামী লোকে সমাজক এক নতুন পথৰ সন্ধান দিয়ে
সমার্থক : অগ্রগামী
অর্থ : যি সকলোতকৈ আগত যায়
উদাহরণ :
অগ্রগামী ব্যক্তিহে এই দলৰ নায়ক
সমার্থক : অগ্রগত, অগ্রগমনকাৰী, অগ্রগামী, পুৰোযাত্রী, পুৰোৱর্তী, পূর্বগ্ামী, সন্মুখগামী