অর্থ : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য
উদাহরণ :
এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে
অর্থ : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস
উদাহরণ :
এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে
সমার্থক : আবৃত্তি
অর্থ : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য
উদাহরণ :
ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়
অর্থ : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য
উদাহরণ :
মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে
সমার্থক : পুনৰকথন