সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জনসাধাৰণৰ ভালৰ কাৰণে নীতি-নিয়মৰ নির্দে্শনা কৰা ধর্মীয় গ্রন্থ
উদাহরণ : মোৰ মায়ে আজৰি সময়ত শাস্ত্র অধ্যয়ন কৰে
সমার্থক : ধর্মগ্রন্থ, ধর্মপুথি, ধর্ম্্শাস্ত্র, শাস্ত্র
অর্থ : লিখা বা ছপা কৰা বহু পৃষ্ঠা জোৰা বস্তু যʼত পঢ়িবৰ কাৰণে জ্ঞান, তথ্য, কাহিনী, চিত্র আদি থাকে
উদাহরণ : ভাল কিতাপ পঢ়িলে জ্ঞান বাঢ়ে ৰামায়ণ এখন মহৎ গ্রন্থ
সমার্থক : কিতাপ, গ্রন্থ, পুস্তক
ইনস্টল