অর্থ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
উদাহরণ :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
সমার্থক : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, প্রহাৰ কৰা, মৰা
অর্থ : মৰিয়াই কোনো বস্তুক চেপেটা কৰা
উদাহরণ :
কমাৰে লোহাৰ সঁজুলি বনোৱাৰ সময়ত জুইত লোহা গৰম কৰি পিটে