অর্থ : যি পাহাৰীয়া ঠাইত বসবাস কৰে
উদাহরণ :
এক পাহাৰীয়াই গাঁৱে-গাঁৱে ঘূৰি চুৱেটাৰ বেচি আছে
অর্থ : পাহাৰত বা পাহাৰীয়া অঞ্চলত পোৱা
উদাহরণ :
তেওঁ ্পাহাৰীয়া বৃক্ষৰ বিষয়ে তথ্য সংগ্রহ কৰি আছে
অর্থ : পাহাৰ সম্বন্ধীয় বা পাহাৰৰ
উদাহরণ :
তেওঁ ্পাহাৰীয়া ঠাইত বসতি কৰি আছে