সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধর্মৰ আঁৰত ্স্বার্থ পূৰণ কৰা মানুহ
উদাহরণ : পাষণ্ডৰ পাশত পৰি মোহিনীয়ে বহুত পস্তালে
অর্থ : নিজৰ আচল স্বৰূপ লুকুৱাই ৰাখি এক অন্য ধৰণৰ স্বভাৱ দেখুৱাব খোজা মানুহ
উদাহরণ : মহাপুৰুষ কবীৰে ভণ্ডবোৰক তীব্রভাৱে ব্যঙ্গ কৰিছে
সমার্থক : কপটাচাৰী, ভণ্ড
অর্থ : ধর্মৰ অচিলা লৈ স্বার্থপূৰণ কৰোঁতালোক
উদাহরণ : বর্ত্্মানৰ সমাজ পাষণ্ডলোকেৰে ভৰি আছে
ইনস্টল