অর্থ : তর্জুৰ ্পাল্লা
উদাহরণ :
তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে
সমার্থক : পাল্লা
অর্থ : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে
উদাহরণ :
সমার্থক : পালন কৰা, পোহ-পাল দিয়া, পোহা