অর্থ : কাৰোবাৰ কথা, আদেশ আদিৰ অনুসৰি কাম কৰা
উদাহরণ :
তেওঁ ্মোৰ আজ্ঞা পালন নকৰিলে
সমার্থক : মানি চলা
অর্থ : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে
উদাহরণ :
সমার্থক : পালা, পোহ-পাল দিয়া, পোহা
অর্থ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
উদাহরণ :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
সমার্থক : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা
অর্থ : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা
উদাহরণ :
সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে
সমার্থক : প্রতিপালন কৰা, লালন-পালন কৰা