অর্থ : পানীৰ দৰে হৈ পৰা পাতল বস্তু
উদাহরণ :
ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী
সমার্থক : পনীয়া
অর্থ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
উদাহরণ :
এই তৰোৱালখনৰ পানী চাবলগীয়া
সমার্থক : ধাৰ
অর্থ : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ
উদাহরণ :
তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে