অর্থ : হাতেৰে লিখা পুস্তক বা দস্তাবেজ
উদাহরণ :
সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে
সমার্থক : খচৰা, পাণ্ডুলিপি
অর্থ : কাটি-কুটি শুদ্ধ কৰিব পৰা লিখনিৰ পূর্ব ৰূপ
উদাহরণ :
মন্ত্রীমহোদয়ৰ ভাষণৰ খচৰা তৈয়াৰ হৈ আছে
সমার্থক : খচৰা