সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিয়ম বা বিধিপূর্বক ধর্মগ্রন্থ পঢা কার্য ্বা ভাব
উদাহরণ : এই মন্দিৰত অখণ্ড ৰামায়ণ পাঠৰ আয়োজন কৰা হৈছে
অর্থ : একেবাৰতে পঢ়িব পৰা অংশ
উদাহরণ : শিক্ষাগুৰুৱে আজি চাৰিটা পাঠ আওৰাবলে কʼলে
অর্থ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
উদাহরণ :
সমার্থক : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, ভাগ
ইনস্টল