অর্থ : সূর্যাস্ত হোৱা দিশ বা পূৱৰ বিপৰীত দিশ
উদাহরণ :
মোৰ ঘৰ ইয়াৰ পৰা পশ্চিমফালে আছে
সমার্থক : পশ্চিম দিশ
অর্থ : * দুশ সত্তৰ ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
উদাহরণ :
পশ্চিম সদায় পশ্চিম দিশৰ ফালেই থাকে
সমার্থক : পছিম