অর্থ : পোলেণ্ড দেশৰ অধিবাসী
উদাহরণ :
সেই পলিচজনৰ লগত দেশলৈ ঘূৰি অহাৰ পিছত ফোনতহে কথা-বতৰা হʼল
সমার্থক : পোলেণ্ড বাসী, পোলেণ্ড-বাসী, পোলেণ্ডবাসী
অর্থ : পোলেণ্ডৰ সৈতে সম্বন্ধ থকা বা পোলেণ্ডৰ
উদাহরণ :
এই সংস্থাটোৱে ভাৰতবর্ষত পলিচ সাংস্কৃতিক কাম-কাজ কৰে