সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মছলা আদি পিহিব পৰা শিলৰ পাট:গীতাই ভিজোৱা দাইলখিনি পটাত পিচিছে
উদাহরণ :
সমার্থক : জাঁত
অর্থ : কোনো বস্তু পিচিব পৰা শিলৰ বা লোহাৰ টুকুৰা
উদাহরণ : কবিৰাজে খুন্দনাত কিছুমান ঔষধ পিচি আছে
সমার্থক : খুন্দনা, পিহনা
অর্থ : পিচিব বা গুৰি কৰিব পৰা বস্তু
উদাহরণ : ৰামুৱে পিচিবৰ কাৰণে পিহনাখন বস্তাত ভৰাই আছে
সমার্থক : পিহনা
ইনস্টল