অর্থ : কাব্য, নাটক আদি সাহিত্য বা কথাছবি আদিত মুখ্যভাৱে স্থান পোৱা চৰিত্র
উদাহরণ :
এই কাহিনীৰ নায়কজনে শেষত বীৰ গতি লাভ কৰিলে
সমার্থক : প্রধান চৰিত্র, মুখ্য চৰিত্র, হিৰো
অর্থ : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
উদাহরণ :
বাজপেয়ী এগৰাকী ভাল নেতা
সমার্থক : নেতা