সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰংগমঞ্চত অভিনেতাই কৰা অংগীভংগী, বেশভূষা আৰু কথোপকথন জৰিয়তে কৰা ঘটনাৰ প্রদর্শন
উদাহরণ : গায়নৰ লগতে বাদনো নাট্য ক্ষেত্রত আৱশ্যক
সমার্থক : নাটক
অর্থ : এবিধ সাহিত্যকৃতি যাক ৰংগমঞ্চত অভিনেতা-অভিনেত্রীৰ অঙ্গী-ভঙ্গী, কথোপকথন আদিৰ দ্বাৰা প্রদর্শিত কৰা হয়
উদাহরণ : তেওঁ লিখা ভালেমান নাটক ৰংগমঞ্চত প্রদর্শিত হৈছে
সমার্থক : নাট, নাটক, নাটিকা
ইনস্টল