পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নমুনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নমুনা   বিশেষ্য

অর্থ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়

উদাহরণ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ

সমার্থক : আর্হি, উদাহৰণ, দৃষ্টান্ত, নজিৰ, নিদ্্র্শন

অর্থ : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

উদাহরণ : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

সমার্থক : আর্হি, মডেল

অর্থ : কোনো পদার্থ আদিৰ প্রকাৰ, গুণ আদিৰ পৰিচয় কৰোৱাৰ কাৰণে তাৰ পৰা উলিওৱা কিছু অংশ

উদাহরণ : খেতিয়কে শস্যৰ নমুনা মহাজনক দেখুৱালে

অর্থ : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়

উদাহরণ : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল

সমার্থক : আর্হি, ডিজাইন

অর্থ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ

উদাহরণ : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি

সমার্থক : উদাহৰণ, দৃষ্টান্ত