অর্থ : কোনো বস্তুৰ বঢ়া-টুটা, এৰা-ধৰা বা পৰি্ৱর্তন কৰিব পৰা গুণ
উদাহরণ :
গছৰ পাতল পাতল ঠানিবোৰৰ স্থিতিস্থাপকতা গুণ আছে
সমার্থক : পৰি্ৱর্তন্্সাধ্যতা, স্থিতিস্থাপকতা
অর্থ : ধাতু আদিক টানিব পৰা বিশেষ গুণ
উদাহরণ :
সোণ, ৰূপ আদিৰ নমনীয়তা বহুত বেছি হয়