অর্থ : স্ত্রী-সম্ভোগ আৰু সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱা পুৰুষৰ মাজত হোৱা এক ধৰণৰ ৰোগ
উদাহরণ :
মোহনলাল দুর্ঘ্্টনাৰ পিছত নপুংসকতাৰ বলি হʼল
সমার্থক : পুৰুষত্বহীনতা, পৌৰুষহীনতা
অর্থ : নপুংসক হোৱাৰ অৱস্থা বা ভাব
উদাহরণ :
শিখণ্ডীৰ নপুংসকতা গুণসম্পন্ন আছিল
সমার্থক : ক্লীৱত্ব, পৌৰুষহীনতা