পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নকলকাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নকলকাৰী   বিশেষ্য

অর্থ : যিয়ে কোনো শ্্ব্দ, বাক্য আদিৰ হুবহু ৰূপত নকল কৰিব পাৰে

উদাহরণ : নিৰীক্ষকে নকলকাৰীকেইটাক পৰীক্ষা গৃহৰ পৰা বাহিৰ কৰি দিলে

সমার্থক : অনুকাৰক

নকলকাৰী   বিশেষণ

অর্থ : কাৰোবাৰ আদব-কায়দা, মাত কথা আদিৰ নকল কৰা

উদাহরণ : বান্দৰ বহুত অনুকৰণকাৰী

সমার্থক : অনুকৰণকাৰী