সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : একেৰাহে আৰু খৰকৈ
উদাহরণ : সৈনিকে ধাৰাসাৰ গুলি ্বর্ষণ কৰি আছিল
অর্থ : জোৰেৰে বা ধাৰৰ দৰে বৈ অহা
উদাহরণ : মূষলধাৰ বৰষুণৰ বাবে জনজীৱন ক্ষতিগ্রস্ত হৈছে
সমার্থক : দোপালপিতা, মূষলধাৰ
অর্থ : নিৰন্তৰ হৈ থকা
উদাহরণ : ধাৰাসাৰ বৰষুণৰ কাৰণে জন-জীৱন বিশৃংখল হৈ পৰিলে
সমার্থক : অনবৰত, অবিৰত, অবিৰাম
ইনস্টল