সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে
উদাহরণ : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই
সমার্থক : ধাৰ, প্রবাহ
অর্থ : বৈ যোৱা কার্য ্বা ভাব
উদাহরণ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
সমার্থক : প্রবাহ, বেগ, সোঁত
অর্থ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
উদাহরণ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
সমার্থক : দফা, নিয়ম
অর্থ : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম
উদাহরণ : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল
সমার্থক : প্রবাহ
অর্থ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
উদাহরণ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
সমার্থক : ধাৰ, প্রৱাহ, সোঁত
ইনস্টল