সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে ধনু লৈ থাকে
উদাহরণ : ঋষিয়ে সাধুবেশী দুজন ধনুর্ধৰক বনত ঘূৰি ফুৰা দেখিলে
সমার্থক : ধনুর্ধাৰী
অর্থ : ধনু ধাৰণ কৰোতা
উদাহরণ : মহাভাৰতৰ যুদ্ধচ ধনুর্ধৰ অর্জুনে পাণ্ডৱক বিজয়ী কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছিল
ইনস্টল