সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
উদাহরণ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
সমার্থক : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
অর্থ : বিশেষকৈ হৃদয়জনিত উগ্র বা বহুত কষ্টদায়ক পীড়া
উদাহরণ : মোৰ হৃদয়ৰ বেদনা কোনেও নুবুজে
সমার্থক : ক্লেশ, দর্দ, বিৰহ, বেদনা, ব্যথা
ইনস্টল