সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
উদাহরণ : আজিকালি আলুৰ দাম বহুত বাঢ়িল
সমার্থক : দাম
অর্থ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
উদাহরণ :
সমার্থক : দাম, নিৰিখ, বেচ, ভাও, মূল্য, হাৰ
ইনস্টল