সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰাষ্ট্র আদিৰ ক্ষতিসাধন কৰা বহুত ডাঙৰ উপদ্রৱ
উদাহরণ : মঙ্গল পাণ্ডেই ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল
সমার্থক : বিদ্রোহ
অর্থ : শত্রুৰ ভাব বা কার্য
উদাহরণ : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
সমার্থক : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, প্রতিকূলতা, বিদ্বেষ, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
ইনস্টল