অর্থ : দী্র্ঘ ্বা দীঘল হোৱা অৱস্থা বা ভাৱ
উদাহরণ :
আপুনি বিৰহিণীৰ বিৰহ কালৰ দী্র্ঘ্্তাৰ অনুমান লগাব পাৰিবনে?
সমার্থক : দী্র্ঘ্্তা
অর্থ : এটা মূৰৰ পৰা আনটো মূৰলৈকে সমান্তৰাল বিস্তাৰ বা যিকোনো এঠাইৰ সকলোতকৈ দীঘল ক্ষেত্রীয় বিস্তাৰ
উদাহরণ :
এই ঠাইখিনিৰ ্ দৈর্ঘ্য প্রস্থৰ দুগুণ
সমার্থক : দীর্ঘতা