সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পৰিশোধ কৰা
উদাহরণ : দেয় ঋণৰ ৰচিদখন এতিয়াও নাপালো
সমার্থক : পৰিশোধনীয়, পৰিশোধ্য
অর্থ : যি বাকী হোৱাৰ কাৰণে দিয়া হয়
উদাহরণ : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে
সমার্থক : দিবলগীয়া, বাকী
অর্থ : যিটো দিব পাৰি
উদাহরণ : এই ধনৰাশি মোৰ দেয়
সমার্থক : দাতব্য, প্রদেয়
ইনস্টল