সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
উদাহরণ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
সমার্থক : প্রদেশ, প্রান্তৰ, ৰাজ্য
অর্থ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
উদাহরণ : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
সমার্থক : চৰকাৰ, ৰাষ্ট্র
অর্থ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ
উদাহরণ : চাৰিওফালে মিছাৰ ৰাজ্য
সমার্থক : সাম্রাজ্য, স্থলী, ৰাজ্য
অর্থ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
উদাহরণ : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
সমার্থক : ৰাষ্ট্র
অর্থ : কোনো দেশত বাস কৰা লোক
উদাহরণ : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
অর্থ : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি
উদাহরণ : ভাৰত মোৰ দেশ
সমার্থক : গৃহভূমি
ইনস্টল