অর্থ : ঋণ পৰিশোধ কৰিবৰ কাৰণে হাতত এপইচাও নোহোৱা মানুহৰ অৱস্থা
উদাহরণ :
ব্যৱসায়ত ঘাটি খোৱাৰ কাৰণে মহাজন দেউলীয়া হʼল
অর্থ : যাৰ ওচৰত ঋণ পৰিশোধ কৰিবলৈ একোৱেই নাই
উদাহরণ :
আদালতে ৰামুক দেউলীয়া ঘোষণা কৰিলে
সমার্থক : দেউলিয়া, নষ্টনিধি, ্সর্বস্ব্ান্ত