অর্থ : দীঘলীয়া সময় ধৰি পাৰ কৰা জীৱন
উদাহরণ :
আমি সকলোৰে দী্র্ঘজীৱনৰ কামনা কৰিলোঁ
সমার্থক : দী্র্ঘজীৱন
অর্থ : যি বহুত দিনলৈকে জীয়াই থাকে
উদাহরণ :
সাধুজনে দী্র্ঘজীৱী হোৱাৰ আশী্র্বাদ দিলে
সমার্থক : চিৰঞ্জীৱী, দী্র্ঘজীৱী