অর্থ : কাৰোবাক দুখী কৰা বা কাৰোবাৰ হানি কৰা
উদাহরণ :
পুতেকে নিজৰ ঘৰ এৰি মাক-দেউতাকক বহুত দুখ দিলে
অর্থ : * সুলভ বা উপল্্ব্ধ কৰা
উদাহরণ :
কʼৰবালৈ অহা-যোৱা কৰিবৰ কাৰণে আমি বাহনো দি্ওঁ
সমার্থক : উপল্্ব্ধ থকা, প্রদান কৰা, সুলভ থকা