অর্থ : দান হিচাপে কাৰোবাক দিয়া কোনো বস্তু
উদাহরণ :
পণ্ডিতজনে দান স্বৰূপে এজনী গাই আৰু কিছুমান বস্ত্র লাভ কৰিলে
অর্থ : কাৰোবাক দিয়া বা কাৰোবাৰ পৰা পোৱা বস্তু
উদাহরণ :
বহু মানুহে জীৱনটোক ঈশ্বৰৰ দান বুলি ভাবে
অর্থ : কোনোবাই কাৰোবাক শ্রদ্ধা সহকাৰে বা দয়াপূর্বকভ্াৱে কিবা দিয়া ধর্ম ্ কার্য:উচিত সময়ত কৰা দান অধিক ফলপ্রসূ হয়
উদাহরণ :