সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
উদাহরণ : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
সমার্থক : অপযশ, কলংক, কালিমা, লাঞ্ছনা
অর্থ : ফল আদিৰ ওপৰত পৰা দাগ
উদাহরণ : মোক এই দাগ লগা ফলবোৰ নালাগে
অর্থ : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল
উদাহরণ :
সমার্থক : চেক, চেকা, দাগী, ধাব্বা, নিচান
অর্থ : সৰু দাগ বা চিহ্ন
উদাহরণ : পখিলাৰ পাখিত ৰংচঙীয়া দাগ থাকে
সমার্থক : ছিটিকনি
ইনস্টল