অর্থ : মানুহৰ মুখত পোৱা দাঁত যাৰ সংখ্যা বত্রিশটা
উদাহরণ :
তেওঁ পুৱা-গধূলি নিজৰ ্দাঁত পৰিষ্কাৰ কৰে
সমার্থক : দন্ত বিন্যাস
অর্থ : দাঁতৰ আকাৰৰ কোনো বস্তুৰ ওলাই থকা অংশ বিশেষ
উদাহরণ :
এই ফনীখনৰ ভালেকেইটা দাঁত ভাঙি থাকিল