সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা
উদাহরণ : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব
সমার্থক : অৱস্থা, স্থিতি
অর্থ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
উদাহরণ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
সমার্থক : অৱস্থা, গতি, গতিক, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
অর্থ : মানুহৰ জীৱনত বেলেগ বেলেগ গ্রহৰ নিশ্চিত ভোগকাল
উদাহরণ : এতিয়া মোৰ গ্রহৰ দশা বৰ ভাল চলি আছে
সমার্থক : গ্রহ দশা, গ্রহৰ দশা
ইনস্টল