অর্থ : দলিয়াই দিয়া
উদাহরণ :
তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে
অর্থ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
উদাহরণ :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
সমার্থক : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা
অর্থ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
উদাহরণ :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
সমার্থক : দলিয়া, নিক্ষেপ কৰা, পেলোৱা
অর্থ : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা
উদাহরণ :
লʼৰাটোৱে খেলনাটো দলিয়ালে
সমার্থক : লদিওৱা
অর্থ : আনৰ হতুৱাই দলিয়া
উদাহরণ :
মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে