পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দফা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দফা   বিশেষ্য

অর্থ : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়

উদাহরণ : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে

সমার্থক : অনুচ্ছেদ, পাৰাগ্রাফ, পেৰাগ্রাফ

অর্থ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ

উদাহরণ : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে

সমার্থক : বাৰ

অর্থ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে

উদাহরণ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়

সমার্থক : ধাৰা, নিয়ম

অর্থ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম

উদাহরণ : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম

সমার্থক : কিস্তি, খেপ, বাৰ