অর্থ : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ
উদাহরণ :
আইতাই লাখুটি লৈ খোজকাঢ়ি আছে
সমার্থক : লাখুটি
অর্থ : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ
উদাহরণ :
শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল
সমার্থক : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড
অর্থ : ষাঠী পল বা চৌবিশ মিনিটৰ সময়
উদাহরণ :
আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে
অর্থ : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়
উদাহরণ :
কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে
সমার্থক : কুমাৰৰ দণ্ড