সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
উদাহরণ : এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
সমার্থক : দক্ষতা
অর্থ : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়
উদাহরণ : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে
সমার্থক : অধিকাৰ, স্বত্ব, হক
অর্থ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
উদাহরণ : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
সমার্থক : সামর্থ্য, হাত
ইনস্টল