অর্থ : বিছা, মৌ-মাখি আদি পতংগৰ পিছফালে থকা বিষাক্ত কাঁইট, যি সি্হঁতে অন্য জীৱৰ শৰীৰত সুমুৱাই বিষ বিয়পাই দিয়ে
উদাহরণ :
তেওঁক বৃশ্চিকৰ শুঙে বিন্ধি মাৰিলে
সমার্থক : শুং
অর্থ : দাঁতেৰে কামোৰা কার্য
উদাহরণ :
বিষাক্ত পোকৰ দংশনৰ ফলত শৰীৰৰ ঠায়ে ঠায়ে দমলা বান্ধিছে
অর্থ : দাঁতেৰে কামুৰিলে হোৱা ঘা
উদাহরণ :
সঞ্জয়ে দংশন হোৱা ঠাই মলম সানি আছে