পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে থকা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

থকা   বিশেষ্য

অর্থ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য

উদাহরণ : যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়

সমার্থক : থাকি যোৱা

থকা   ক্ৰিয়া

অর্থ : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া

উদাহরণ : ৰমা সেই কোঠাটোত আছে

অর্থ : বেয়া হৈ নোযোৱা

উদাহরণ : ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে

অর্থ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য

উদাহরণ : মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা

সমার্থক : নির্বাহ কৰা

অর্থ : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা

উদাহরণ : টেংকিত পানী আছে এই বটলত পানী আছে

অর্থ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা

উদাহরণ : হিমালয় ভাৰতৰ উত্তৰ দিশত আছে

সমার্থক : স্থিত হোৱা, হোৱা

অর্থ : কʼৰবাত আশ্রয় লোৱা

উদাহরণ : আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ

অর্থ : স্থিত হোৱা

উদাহরণ : এই নগৰখন গংগা নদীৰ তীৰত আছে

সমার্থক : অৱস্থিত থকা

অর্থ : (জীৱন-যাপনৰ বাবে) বসবাস কৰা

উদাহরণ : এই শ্রমিকসকল ওচৰৰ বস্তিত বাস কৰে

সমার্থক : বসতি কৰা, বাস কৰা