সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ব্যৱহাৰ বা সেৱন নকৰা
উদাহরণ : মোহনে দুমাহ আগতেই মদ এৰিলে
সমার্থক : এৰা
অর্থ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
উদাহরণ : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
সমার্থক : আঁতৰি যোৱা, এৰা, এৰি দিয়া
ইনস্টল